Month: April 2024

দীপিকা পাডুকনে মহিলাৰ বাবে লেভিছ® ডেনিম ফিটৰ শেহতীয়া ৰেঞ্জ প্ৰদৰ্শন কৰিছে

গ্ৰীষ্মকাল পালেহিয়েই, গৰমৰ দিনকেইটাৰ বাবে মুকলি কৰা লিভাইছ® ৰ নতুন ফিট পোছাকবোৰ দেখিলে আপুনি প্ৰেমত পৰিব। সকলোৱে বাছনি কৰিব পৰাকৈ ১৫ ফিট পোছাক সাজু য’ত আছে ৰেট্ৰ’-ইনস্পায়াৰড ফ্লেয়াৰ, লেইড-বেক লুজ…

নিছানে নতুন দিল্লীত নেটৱৰ্ক ২৭০ টাচপইণ্টলৈ সম্প্ৰসাৰিত কৰিছে

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ভাৰতত নিজৰ নেটৱৰ্ক ২৭০ টাচ্চপইণ্টলৈ সম্প্ৰসাৰণ আৰু নতুন দিল্লীত একেলগে ৪টা নতুন গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য’ত আছে এটা নতুন…

এনএছইয়ে নিফটিএনএক্সটি৫০ ডেৰিভেটিভ অফাৰবোৰত উদ্যোগ লয়

বিশ্বৰ আগশাৰীৰ ডেৰাইভেটিভ এক্সচেঞ্জ(বিত্তীয় লেনদেনকাৰী) নেচনেল ষ্টক এক্সচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই ২০২৪ৰ ২৪ এপ্ৰিলৰ পৰা নিফটি নেক্সট ৫০ সূচক(নিফটিএনএক্সটি৫০)ত ডেৰিভেটিভ প্ৰৱৰ্তন কৰিবলৈ প্ৰস্তুতি চলাইছে। ইণ্ডিয়ান চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড(ছেবি)ৰ অনুমোদনৰ পিছত…

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীয়ে পোনপটীয়াকৈ কৰিব পাৰিব পিএইচডি

চাৰি বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে এতিয়া পোনপটীয়াকৈ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাত (নেট) অৱতীৰ্ণ হোৱাৰ লগতে পিএইচডি কৰিব পাৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) অধ্যক্ষ জগদেশ কুমাৰে এই তথ্য প্ৰদান কৰিছে।…

এটা বিত্তীয় বৰ্ষত ১৯.৫৮ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ

২০২৪ চনৰ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহ বছৰ অনুসৰি ১৭.৭ শতাংশ বৃদ্ধিৰে ১৯.৫৮ লাখ কোটি টকা হয়। কৰ বিভাগে এই কথা প্ৰকাশ কৰিছে। ২০২৩-২৪ বৰ্ষত…

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া।

জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া। ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ প্ৰতিম গগৈৰ কংগ্ৰেছ ত্যাগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান প্ৰতিম গগৈৰ। মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান। প্ৰতিম গগৈৰ লগতে আন কেইবাজনো কৰ্মীৰ…

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং

শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং। ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ। দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ…

চেমচাঙে ভাৰতীয় উপভোক্তাসকলৰ বাবে এআই-ইনফিউজড নিও কিউএলইডি আৰু ওএলইডি টিভি আৰম্ভ কৰিছে

ভাৰতৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ প্ৰতিষ্ঠান চেমচাঙে বেংগালুৰুৰ চেমচাং অপেৰা হাউছত আয়োজিত ‘আনবক্স এণ্ড ডিস্কভাৰ’ অনুষ্ঠানত নিজৰ আল্ট্ৰা প্ৰিমিয়াম নিঅ’ কিউএলইডি ৮কে, নিঅ’ কিউএলইডি ৪কে আৰু অ’এলইডি টিভি মুকলি কৰি এআই…

য়ামাহাই স্মাৰ্ট কীৰে সজ্জিত এৰোএক্স ১৫৫ সংস্কৰণ এছ প্ৰৱৰ্তন কৰিছে

ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে ‘দ্য কল অৱ দ্য ব্লু’ ব্ৰেণ্ড অভিযানৰ সৈতে সংগতি ৰাখি আজি এৰক্স ১৫৫ সংস্কৰণ মুকলি কৰিছে, যিখন বাহনে প্ৰদৰ্শন, ষ্টাইল আৰু উদ্ভাৱনৰ মনোভাৱ কঢ়িয়াই…

অসমৰ সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন সাধন কৰা মহিলা নেত্ৰীক সবলীকৰণৰ পদক্ষেপ অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ

অপ্ৰাভ এনাৰ্জীয়ে ভাৰতৰ এক আগশাৰীৰ অ-লাভজনক সংস্থা চিআইআই ফাউণ্ডেচনৰ সৈতে সহযোগিতা কৰি অসমৰ সমাজ পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদান কৰা ১৫গৰাকী মহিলাক সন্মানিত কৰে। আপ্ৰাভ এনাৰ্জীৰ সহায়ক সংস্থা আপ্ৰাভ স্মাৰ্ট মিটাৰ প্ৰাইভেট…