Business চেমচাঙে Samsung.com মেগা অফাৰৰ সৈতে ইয়াৰ হোলীচেল ঘোষণা কৰিছে March 20, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ উপভোক্তা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ছেমছাঙে বিভিন্ন ছেমছাং সামগ্ৰী যেনে গেলেক্সী স্মাৰ্টফোন, লেপটপ, টেবলেট, আনুষঙ্গিক সামগ্ৰী আৰু পৰিধানযোগ্য সামগ্ৰী, ছেমছাং টিভি আৰু অন্যান্য ডিজিটেল সঁজুলিৰ ওপৰত বাম্পাৰ অফাৰ আৰু কেছবেকৰ…
Latest ২০১৮ৰ পৰা একেৰাহে চতুৰ্থ বাৰলৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী দিল্লী March 19, 2024 news editor চুইজাৰলেণ্ডৰ গ্ৰুপ আইকিউ এয়াৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ আৰু দেশৰ ৰাজধানীৰ এখন তালিকা প্ৰকাশ কৰিছে। আকৌ এবাৰ, ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈ পৰিছে। তথ্য অনুসৰি, গুৱাহাটী মহানগৰ…
Political গুগলৰ জৰিয়তে ৰাজনৈতিক দলৰ বিজ্ঞাপনৰ ব্যয় বৃদ্ধি March 19, 2024 news editor যোৱা কেইমাহমানত গুগলৰ জৰিয়তে বিজ্ঞাপনৰ ওপৰত ৰাজনৈতিক দলবোৰৰ ব্যয় বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি, বিশেষকৈ ৰাজনৈতিক বিজ্ঞাপন হিচাপে চিহ্নিত বিজ্ঞাপনৰ ওপৰত তিনি মাহৰ ব্যয় চলিত মাৰ্চ মাহত এতিয়ালৈকে প্ৰায় ১০০ কোটি…
News চান্দমাৰিত প্ৰথিতযশা সাংবাদিক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক “পৰাগজ্যোতি প্ৰকাশন”ৰ পৰা সম্বৰ্দ্ধনাবৰ্তমান সময়ত সুষ্ঠ-সত্য সংবাদ পৰিৱেশনৰ অভাৱ ঘটিছে March 19, 2024 editor অসমৰ প্ৰথিতযশা সাংবাদিক, চিন্তাবিদ, অনুবাদক, “দি চেন্ট্ৰিনেল” কাকতৰ প্ৰাক্তন সম্পাদক, পদ্মশ্ৰী প্ৰাপক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাক আজি “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা নিজ বাসভৱন মহানগৰীৰ চান্দমাৰিস্থিত নিজ বাসভৱনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়…
Political নৱ নিৰ্বাচিত লোকসভা সাংসদক আদৰিবলৈ সাজু নতুন সংসদ ভৱন March 19, 2024 editor নৱ নিৰ্বাচিত লোকসভা সাংসদক আদৰিবলৈ সাজু নতুন সংসদ ভৱন। ইয়াৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তোলা হৈছে। লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া নৱ নিৰ্বাচিত সদস্যসকল জুন মাহত সংসদৰ চৌহদত উপস্থিত হ’ব, তেওঁলোকক…
Health উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থিত হ’ব লাগিব ৰামদেৱ-আচাৰ্য বালকৃষ্ণ March 19, 2024 editor উচ্চতম ন্যায়ালয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱ আৰু কোম্পানীৰ পৰিচালনা সঞ্চালক আচাৰ্য বালকৃষ্ণক পতঞ্জলি আয়ুৰ্বেদ সামগ্ৰীৰ বিজ্ঞাপন আৰু সেইবোৰৰ চিকিৎসাগত প্ৰভাৱৰ বাবে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা অৱমাননাৰ প্ৰক্ৰিয়াত ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ…
Political এজনৰ বাহিৰে সকলো কংগ্ৰেছ প্ৰাৰ্থীক বিজেপিলৈ আনিব পাৰো: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা March 19, 2024 editor অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দাবী কৰে যে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়াৰ কোনো লাভ নাই। ইয়াৰ কাৰণ হ’ল যি জিকিব তেওঁ বিজেপিত যোগদান কৰিব। তেওঁ কৰিমগঞ্জত কয় যে…
Business টয়োটাৰ দ্বাৰা পঞ্চম ‘গ্ৰেট ৪X৪ অভিযান’ গুৱাহাটীত অনুষ্ঠিত সমাপ্ত হয় March 19, 2024 Business Bureau টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)ৰ মনোমোহা উত্তৰ-পূৰ্বাঞ্চলত বহু প্ৰত্যাশিত ‘গ্ৰেট ৪X৪ এক্সপেডিচন’ৰ সফল সামৰণি পৰিছে। ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই ৩ দিনীয়া এক্সট্ৰাভাগাঞ্জাই গুৱাহাটীৰ বৈচিত্ৰ্যময় পৰিৱেশৰ পৰা…
Latest তীৰ্থনগৰী হাজোত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা March 19, 2024 editor হাজোৰ পাখামেলা, মাজৰচুপা, বৰাহটোলা, অভয়পুৰ, গেৰুৱাকে আদি কৰি ভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে অবৈধ সুৰাৰ প্ৰতিষ্ঠান। যাৰ ফলত কিছুদিন পূৰ্বে গেৰুৱাৰ মহিলা সমাজে লগ হৈ সাব্যস্ত কৰিছিল বৃহৎ…
Latest বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী March 19, 2024 editor সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ লগতে বৰপেটা জিলা প্রশাসনে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সেয়ে সমাগত লোকসভা নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ…