হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ। মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ সিকন্দৰ সিং চোকাৰক। ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ সিং। মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ আছে এটা গোচৰ । ১০০ কোটি টকাতকৈও অধিক জালিয়াতিৰ অভিযোগ EDৰ। Share this:FacebookX Related Post navigation নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত মহিন্দ্ৰাই এক্সইউভি ৩এক্সঅ’ মুকলি কৰে, যাৰ মূল্য ৭.৪৯ লাখ টকাৰ পৰা আৰম্ভ হয়