সৰ্থেবাৰীত চোৰৰ তাণ্ডৱ ।বৰপেটা জিলাৰ অন্তৰ্গত কাপলা গাঁৱত নিশা চুৰি কৰে গেছ ছিলিণ্ডাৰনিশা এন্ধাৰৰ সুযোগ লৈ মঙলবাৰে নিশা সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাপলা গাঁৱৰ নিপম নাথৰ দোকানৰ পৰা ১৮ টাকৈ ছিলিণ্ডাৰ চোৰ কৰে।চুৰি কৰাৰ সকলো দৃশ্য ৰেকৰ্ড হৈ ৰ’ল চি চি টিভি কেমেৰাত।
আৰক্ষীৰ নিষ্ক্ৰীয় ভুমিকাৰ  বাবে চোৰে কেবাটাও চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে সৰ্থেবাৰী অঞ্চলত। আজি সংঘটিত হোৱা চুৰিকাণ্ডই সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত গেছ এজেঞ্চিৰ স্বত্বাধিকাৰিয়ে সৰ্থেবাৰী থানাত এজাহাৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *