শিৱসাগৰত ভাগি পৰিল ১৮ কোটি টকীয়া নিৰ্মীয়মান দলং। ভাগিল দিখৌৰ চিৰিপুৰীয়া-আজানপীৰ দৰগাহ সংযোগী দলং। সম্পূৰ্ণৰূপে বহি গ’ল নিৰ্মাণৰত দলঙৰ মাজভাগ। দিখৌ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলংখন। ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে চলাইছে নিৰ্মাণকাৰ্য। Share this:FacebookX Related Post navigation চেমচাঙে ভাৰতীয় উপভোক্তাসকলৰ বাবে এআই-ইনফিউজড নিও কিউএলইডি আৰু ওএলইডি টিভি আৰম্ভ কৰিছে জাগীৰোড কংগ্ৰেছত অব্যাহত খহনীয়া।