মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমান নিৰুদ্দেশ৷ ৰাডাৰৰ সৈতে সম্পৰ্ক ছিন্ন আফ্ৰিকাৰ দেশ মালাৱিৰ উপ-ৰাষ্ট্ৰপতিৰ বিমানৰ৷ বিমানখনত আছিল উপ-ৰাষ্ট্ৰপতি ছাউলোছ চিলিমা৷ উপ-ৰাষ্ট্ৰপতিসহ আন ৯ জন লোক আছিল সামৰিক বিমানখনত৷ বিমানখনৰ সৈতে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা৷ Share this:FacebookX Related Post navigation MAGGI- য়ে আৰম্ভ কৰিলে ‘দেশ কে লিয়ে 2 মিনিট’ পদক্ষেপ অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা