‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’। এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ । IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া। যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক চাপত আছে বুলি উল্লেখ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ। Share this:FacebookX Related Post navigation গুৱাহাটীৰ পৰা নিৰুদ্দেশ জনতা ভৱনৰ কৰ্মচাৰী অসমৰ সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন সাধন কৰা মহিলা নেত্ৰীক সবলীকৰণৰ পদক্ষেপ অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ