দুৰ্বৃত্তৰ আক্ৰমণ আক্ৰমণত আহত এজন কনিষ্টবলসহ ভাৰপ্ৰাপ্ত বিষয়া নাইম উদ্দিন। পশুধনসহ এজন লোকক আটক কৰি ওভতাৰ পথত আৰক্ষীৰ দলক আক্ৰমণ। আৰক্ষীৰ দলটোক আক্ৰমণ কৰি কাঢ়ি লৈ যায় পশুধনকেইটা। ৰাবাৰ গুলী ফুটাই দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা হাত সাৰে আৰক্ষীয়ে। হাজিৰহাটৰ টাকিমাৰীৰ পৰা আটক কৰিছিল ছয়নাল শ্বেখ নামৰ লোকজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *