আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে। পুৱাতে ৰাজঘাটত উপস্থিত নৰেন্দ্ৰ মোদী। মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ মোদীৰ। অটল বিহাৰী বাজপেয়ীৰ সমাধিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন। ৱাৰ মেম’ৰিয়েল ছহিদসকললৈ প্ৰণিপাত মোদীৰ। Share this:FacebookX Related Post navigation T20 বিশ্বকাপত আন এক অঘটন আজি ভাৰত আৰু পাকিস্তানৰ মাজত T20 বিশ্বকাপ