যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু যুৱকজনৰ। নিমাতী বৰআলি ফাকুৱা দলৰ সমীপত এই ঘটনা। চৰকাৰী ভৱন নিৰ্মাণৰ কামত নিয়োজিত আছিল যুৱকজন।বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে বিপজ্জনকভাৱে নিৰ্মাণ কৰি আছিল ভৱন। Share this:FacebookX Related Post navigation জম্মু-কাশ্মীৰত পুনৰ গুলীচালনা গুৱাহাটী টু হোষ্ট ছিদবি স্বাৱলম্বন মেলা ২০২৪