মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছবিৰোধী অভিযান। উৰণসেতুৰ সমীপত অভিযানত জব্দ হেৰ’ইন। হেৰ’ইনভৰ্তি ৫৫টা কণ্টেইনাৰৰ লগতে নিচাযুক্ত টেবলেট জব্দ। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩টা ড্ৰাগছ ব্যৱসায়ীক। ধৃত ছানিদুল আলী, শুকুৰ আলী, সুনীতা বসুমতাৰী ওৰফে এঞ্জেল। Share this:FacebookX Related Post navigation চেমচাঙে গ্যালাক্সি এম৫৫ ৫জি আৰু গ্যালাক্সি এম১৫ ৫জি উন্মোচন কৰিছে স্প্ৰাইটৰ ‘জোক ইন এ বটল’ কমেডি আইকন আৰু ডিজিটেল তাৰকাৰ সৈতে ঘূৰি আহে