নলবাৰীৰ ধমধমাত বেংক বিষয়াৰ ভয়ংকৰ জালিয়াতি। দুটাকৈ আত্মসহায়ক গোটৰ নামত ১১ লাখৰো অধিক টকা আত্মসাৎ। ধন আত্মসাৎ কৰিয়েই বেংকটোৰ পৰা আন শাখালৈ বদলি হৈছিল কিৰণ দাস। বেংকৰ পাছবুক আপটুডেট কৰিবলৈ আহি হতবাক আত্মসহায়ক গোটৰ মহিলা। Share this:FacebookX Related Post navigation এমএছডিই আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ড্ৰোন দিদি যোজনাৰ বাবে দল গঠন কৰিছে কটন বিশ্ববিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড