ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে। অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। অভিযানত তিনিজন সৰবৰাকাৰীৰ পৰা জব্দ কৰা হয় হেৰ’ইনখিনি। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা কৰি থকা হৈছে ধৃত লোক কেইজনক। Share this:FacebookX Related Post navigation ভি সফলতাৰে এছঅ’চি ২ টাইপ II এটেষ্টেচন প্ৰাপ্ত কৰিছে জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী