গোৱালপাৰাৰ লক্ষীপুৰত চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে দালালিৰ অভিযোগ। নিদানপুৰ দ্বিতীয় খণ্ডৰ শান্তিপুৰ এল পি স্কুলৰ শিক্ষক তছিৰউদ্দিন শ্বেইখ। বসুন্ধৰা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ নামতো লৈছিল ধন। লক্ষীপুৰ-ইটাখুলিৰ ৪০টা পৰিয়ালৰ পৰা লৈছিল ১-১০ হাজাৰ টকালৈ। কিন্তু তেওঁলোকৰ ভূমিপট্টা সম্পৰ্কীয় কাম নকৰিলে তছিৰউদ্দিনে। কিন্তু ধন ওভতাই নিদি ভয়-ভাবুকি দিয়াৰো অভিযোগ তছিৰউদ্দিনৰ বিৰুদ্ধে। Share this:FacebookX Related Post navigation গোদ্ৰেজ ইণ্ডাষ্ট্ৰিজ গ্ৰুপে বিশ্ব পৰিৱেশ দিৱস ২০২৪ -ৰ আশাত #ভূমিনমস্কাৰ অভিযান আৰম্ভ কৰিবলৈ ভামলা ফাউণ্ডেচনৰ সৈতে যোগ দিছে GMCHত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ