ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। GMCHত JEত আক্ৰান্ত হৈ ১৩ গৰাকী লোকৰ মৃত্যু। ৬ গৰাকীৰ পৰা ১৩ গৰাকীলৈ বৃদ্ধি মৃত লোকৰ সংখ্যা। ২২ৰ পৰা ৪৮ গৰাকীলৈ বৃদ্ধি GMCHত JEত আক্ৰান্ত ৰোগীৰ সংখ্যা। সমান্তৰালকৈ মেলেৰিয়া, ডেংগুত আক্ৰান্তৰ ৰোগীৰ সংখ্যাও বৃদ্ধি GMCHত । মেলেৰিয়াত আক্ৰান্ত ১১০ গৰাকী, ডেংগুত আক্ৰান্ত ১৯ গৰাকী ৰোগী। মেলেৰিয়াত বৰ্তমানলৈ ২৬ গৰাকীৰ মৃত্যু, ডেংগুত মৃত্যু দুগৰাকীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *