ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি৷ প্ৰেয়সীক হত্যা কৰি থানাত আত্মসমৰ্পণ প্ৰেমিকৰ৷ হত্যা কৰি ৰঙিয়াৰ ভাতকুচিত পেলাই দিছিল প্ৰেয়সীৰ মৃতদেহ৷ ৬ মাহ পাছতে দুয়োগৰাকী বিৱাহপাশত আবদ্ধ হোৱাৰ কথা আছিল৷ Share this:FacebookX Related Post navigation বিশ্ব এথলেটিকছ দিৱসত লিমকা বুক অৱ ৰেকৰ্ডছে এথলেটিকছৰ কৃতিত্বক জনাইছে সন্মান চিলাপথাৰত সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ