লাওখোৱা অভয়াৰণ্যত শনিবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

অভয়াৰণ্যতখনত বন বিভাগৰ গুলীচালনাত দুজন লোক নিহত হৈছে।

অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলীচালনা কৰে বন বিভাগে।

নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই আব্দুল জলিল উদ্দিন আৰু ছমৰ উদ্দিন।

নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰিত বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *