মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড। কেশৱ নাথ নামৰ আন এটা অপৰাধীক ২০ বছৰৰ কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ POCSO আদালতে। জাগীৰোড আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত এই ৰায়দান। Share this:FacebookX Related Post navigation বটদ্ৰৱা আৰক্ষীৰ সফল অভিযান নিৰ্মাণ আৰু স্বাস্থ্যসেৱাৰ দক্ষতাৰ ব্যৱধান পূৰণৰ বাবে ইজৰাইলে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰে