চুবুৰীয়া ৰাজ্য মিজোৰামত দেওবাৰে বুজণ সংখ্যক গুলী জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন খবৰৰ ভিত্তিত মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলস্থিত বিএছ এফ আৰু মিজো আৰক্ষীয়ে যুটীয়া অভিযান চলাই আইজলৰ পৰা জব্দ কৰে এই গুলী সমূহ।মুঠ ৪৯৬ টা সতেজ গুলী জব্দ কৰা বুলি জানিব পৰা গৈছে। গুলী সমূহ চেভেন পইন্ট ছিক্স টু এ কে ছিৰিজৰ বুলি বিএছ এফৰ এক সূত্ৰই সদৰী কৰিছে। এই বুজণ সংখ্যক গুলীৰ সৈতে ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। Share this:FacebookX Related Post navigation ভাৰতত চিনাক্ত হৈছে এম প’ক্সৰ ৰোগী ছিৰিজ ই ফাণ্ডিঙৰ বাবে ২০০ মিলিয়ন ডলাৰ সংগ্ৰহ ৰেপিডোৰ