‘মানুহে কংগ্ৰেছক নহয়, গৌৰৱকহে ভোট দিছে। যোৰহাটৰ ৰাইজে আৱেগৰ বশৱৰ্তী হৈ গৌৰৱ গগৈক ভোট দিছে’। ‘বহুতে মোদীৰ ফটোত সেৱা জনায়ো ভোট দিছে গৌৰৱ গগৈক’। ‘গৌৰৱৰ স্থানত অন্য হোৱা হ’লে ১ লাখৰ অধিক ভোটত হাৰিলেহেঁতেন’। যোৰহাটত গৌৰৱ গগৈৰ জয়লাভ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *