মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷

৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷

হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷

দাবী কৰা ধন নিদিয়াৰ বাবে ৰাজপথত উপৰ্যুপৰি প্ৰহাৰৰ অভিযোগ৷

Leave a Reply

Your email address will not be published. Required fields are marked *