আন এক দুঃখবৰ! ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালক পেৰিছ এৰাৰ নিৰ্দেশ । অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ। অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ । অন্তিমৰ ব্যক্তিগত সহায়ক, কৰ্মচাৰী বিকাশ আৰু প্ৰশিক্ষক ভগৎ সিঙে কেবত মদ্যপান কৰি যাত্ৰা কৰাৰো অভিযোগ উঠিছে। Share this:FacebookX Related Post navigation অশোক লেলেণ্ডে তিনিচুকীয়াত এলচিভিৰ বাবে ইয়াৰ ডিলাৰশ্বিপ উদ্বোধন কৰে ধিঙত বাংলাদেশী গ্ৰেপ্তাৰ