বিলাহী আপোনাৰো প্রিয় নেকি।হয় প্ৰায় সংখ্যক লোকৰ বিলাহী প্ৰিয়।বিলাহীত আঁহ, কাৰ্ব, ভিটামিন চি, পটাছিয়াম, ভিটামিন k1 আৰু ফলেট থাকে।কিন্তু আপুনি জানেনে সকলোৰে বাবে কিন্তু বিলাহী উপকাৰী নহয়।কিছু সংখ্যক লোকৰ বাবে বিলাহী যদি দেহৰ আছে বহু উপকাৰী আন বহুতৰ বাবে আকৌ বহু অপকাৰী। তেন্তে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক বিলাহীৰ উপকাৰী আৰু অপকাৰী গুণসমূহ—— যদি আপুনি এচিডিটি বা পেটৰ জ্বলা-পোৰাৰ সমস্যাৰ সন্মূখীন হৈ আছে, তেন্তে আপুনি পৰাপক্ষত বিলাহী পৰিহাৰ কৰিব লাগে।যিসকল লোকৰ বিলাহীৰ গুটিৰ প্ৰতি এলাৰ্জি আছে। তেনে লোকৰ বিলাহী খোৱাৰ ফলত ছালৰ দাগ, খজুৱতি, ফুলা বা উশাহ লোৱাত অসুবিধা হ’ব পাৰে। সেইকাৰণে তেনেলোকে বিলাহী খোৱাৰ পৰা দুৰতেই থাকিব লাগে।যিসকল লোকৰ কিডনীৰ পাথৰৰ সমস্যাত ভুক্তভোগী, তেওঁলোকে বিলাহী কেতিয়াও খাব নালাগে।তেনেদৰে বিলাহীৰ বহু উপকাৰী গুণো আছে।যেনে বিলাহী খালে ছালৰ সমস্যা হ্ৰাস পায়।বিলাহীয়ে আপোনাৰ ছাল খন পৰিষ্কাৰ কৰি ৰাখিব। Share this:FacebookX Related Post navigation ৰে’ল যাত্ৰীসকলৰ বাবে আহিল ডাঙৰ খবৰ ষ্টাৰ হেল্থ ইঞ্চিউৰেন্সে গুৱাহাটীলৈ মানদণ্ডৰ গৃহ স্বাস্থ্য সেৱা আনিছে