নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ দুজন নিহত।নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰ।
নিশা ৰৌমাৰী বিলত চোৰাং কৈ মাছ ধৰিব গৈছিল নিহত দুই ভাই ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন। নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত।
নিশাই বন বিভাগে নিহত হোৱা দুই চোৰাং মাছমৰীয়াৰ মৃতদেহ নগাঁৱ চিভিল হস্পিতাললৈ লৈ যায়।
ইতিমধ্যেই ঘটনাস্থলীত বৃহৎ আৰক্ষী ,বন বিভাগৰ লোক মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *