গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা ১৬ নৱেম্বৰত ফকিৰমাৰা গাঁৱত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল এটা বনৰীয়া হাতী। হাতীটোক হত্যা কৰি চিকাৰীয়ে কাটি নিছিল দাঁত। Share this:FacebookX Related Post navigation নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি একাৰ্টে যোগান শৃংখলৰ মুদ্ৰাকৰণত ৮X বৃদ্ধিৰ কথা ঘোষণা কৰে, ভাৰতৰ লজিষ্টিক উদ্যোগক পুনৰ সংজ্ঞায়িত কৰে