আটক বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছ সহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত জহিৰুল ইছলামে বটদ্ৰৱাৰ কদমনিৰ শ্বিৰাজুল ইছলামৰ পৰা কচুৱালৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ বাবে লৈ যোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *