জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰত শোকাৱহ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীত ছহিদ এগৰাকী সেনা বিষয়া। এগৰাকী অসামৰিক লোকো গুৰুতৰভাৱে আহত। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সংঘৰ্ষ। সন্ত্ৰাসবাদীৰ দলটোত আছিল ৪জন সদস্য। ঘটনাস্থলীত আমেৰিকাত নিৰ্মিত M4 assault ৰাইফল জব্দ। লগতে জব্দ আন বহু আপত্তিজনক সামগ্ৰী । Share this:FacebookX Related Post navigation অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে বৃহৎ অভিযান কিউনেট ইণ্ডিয়াই একচেটিয়া ৰক্ষাবন্ধন উপহাৰ সংগ্ৰহ মুকলি কৰিছে