পুনৰ নিষিদ্ধ মাংসসহ গাড়ী জব্দ আৰক্ষীৰ।অসম আৰক্ষীৰ বৃহৎ সফলতা।এইবাৰ ধুবুৰীৰ গৌৰীপুৰত বাহন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।জানিব পৰা মতে আৰক্ষীয়ে এএছ ১৭ চি ৬০০৮ নম্বৰৰ বলেৰ’ বাহনখনৰ লগতে প্ৰায় ৫০০ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰে। গো-মাংস খিনি চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ পৰা অনা বুলি সন্দেহ প্ৰকাশ কৰে সচেতন ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation আজি ৩১ জানুৱাৰী, ‘মে-ডাম-মে-ফী’ জিচিপিএল-এ নতুন ৯৯ টকা হিট এণ্টি-ৰ’চ্চ জেলৰ সৈতে কীট নিয়ন্ত্ৰণত নেতৃত্ব সম্প্ৰসাৰিত কৰে