কোভিড-১৯ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই, তথাপি এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3য়ে ভয়ানক ৰূপ লৈছে। বিগত কিছু সপ্তাহত এই ভেৰিয়েণ্টৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু জাপানত কোভিডৰ ১১সংখ্যক ঢৌৱে বিপজ্জনক ৰূপ লৈছে। জাপানেই নহয়, আমেৰিকাতো কোৰোণাৰ ভেৰিয়েণ্ট FLiRTৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে। বৰ্তমান দেশখনত কোভিড নিয়ন্ত্ৰণত আছে, কিন্তু প্ৰশ্ন হৈছে জাপান আৰু আমেৰিকাৰ কোভিড ভেৰিয়েণ্ট ভাৰতলৈও বিয়পিব পাৰে নেকি?

Leave a Reply

Your email address will not be published. Required fields are marked *