শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। চিনাক্তকৰণ হোৱা এই মৃতদেহ কেইটা আজি ভাৰতীয় বায়ুসেনাৰ বিমানৰ জৰিয়তে মহাৰাষ্ট্ৰলৈ অনা হ’ব। ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ কার্যালয়ে এই কথা নিশ্চিত কৰিছে৷ Share this:FacebookX Related Post navigation ফ্লিপকাৰ্ট সমৰ্থই শিল্পী সকলক শক্তিশালী কৰাৰ আৰু যুৱসকলক শক্তিশালী কৰাৰ দৃষ্টিৰে ৫ বছৰ পূৰ্ণ কৰিছে ফ্লিপকাৰ্ট গ্ৰুপৰ সমৰ্থিত ক্ৰেডিট প্ৰথম ইউপিআই সেৱা প্লেটফৰ্ম চুপাৰ.মানি