ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত শিক্ষা বিভাগৰ কৰ্মচাৰী।

আটক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত দিগন্ত গগৈক।

বৰদলনিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লৈছিল উৎকোচ।

Leave a Reply

Your email address will not be published. Required fields are marked *