ছেইফ আলী খানৰ আক্ৰমণকাৰীক আটক। আৰক্ষীয়ে ইতিমধ্যে নিজৰ জিম্মাত লৈছে অভিযুক্তজনক। বৃহস্পতিবাৰে চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল।১৬ জানুৱাৰী বৃহস্পতিবাৰে ছেইফ-কৰীণা কাপুৰৰ ঘৰত প্ৰৱেশ কৰিছিল এজন অজ্ঞাত ব্যক্তিয়ে। তাৰ পিছত সৈতে ছেইফৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল ব্যক্তিজন। চুৰি কৰাৰ উদ্দেশ্যৰে ঘৰত প্ৰৱেশ কৰা লোকজনে ছুৰীৰে ছেইফক আক্ৰমণ কৰিছিল। বৰ্তমানো লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছেইফ আলী খান। Share this:FacebookX Related Post navigation পুনৰ গাজাত আক্ৰমণ চুইগিয়ে খাদ্যৰ অপচয় আৰু ভোকৰ মোকাবিলা কৰিবলৈ ‘চুইগি চাৰ্ভছ’ আৰম্ভ কৰে