আজিৰ পৰা ৰাজ্যত আৰম্ভ পিতৃ-মাতৃ বন্দনা আঁচনি। এই আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে নৈমিত্তিক ছুটী লাভ কৰিব। পিতৃ- মাতৃ, শহুৰ- শাহুৰ লগত সময় পাৰ কৰিবলৈ চৰকাৰে এই ছুটী প্ৰদান কৰে।সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই পদক্ষেপৰ ৩য় সংস্কৰণৰ জৰিয়তে কৰ্মচাৰীসকলক তেওঁলোকৰ মাতৃ-পিতৃ, শাহু-শহুৰৰ সৈতে কিছু আন্তৰিক সময় কটাবলৈ আৰু তেওঁলোকৰ যত্ন ল’বলৈ আমাৰ চৰকাৰৰ দ্বাৰা বিশেষভাৱে সময় প্ৰদান কৰা হৈছে। Share this:FacebookX Related Post navigation এমজি উইণ্ডচাৰে অক্টোবৰৰ অভিলেখ বিক্ৰীৰ সৈতে বৈদ্যুতিক গাড়ীৰ বজাৰত নেতৃত্ব দিয়ে চুইগি লিমিটেডে বহু প্ৰত্যাশিত প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ (আইপিঅ’) মুকলি কৰিছে