কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম। মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয় নিৰুপম। দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলিছিল কংগ্ৰেছ দলে। Share this:FacebookX Related Post navigation এপ্ৰিল ২০২৪-ত, নিছান মটৰে ৩০৪৩ এককৰ একত্ৰিত পাইকাৰী পৰিসংখ্যা নথিভুক্ত কৰিছিল কলিয়াবত পথ দুৰ্ঘটনা