এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ৫৫ জনলোকে। জানিব পৰা মতে এখন যাত্ৰীবাহী বাছে কেইবাখনো বাহনত খুন্দা মাৰি পৰি যায় দ’ খাৱৈত। যাৰ ফলত এই ঘটনা সংঘটিত হয়।বৰ্তমানেও অঞ্চলটোত অব্যাহত আছে উদ্ধাৰ অভিযান।সেইকাৰণে পৰৱৰ্তী সময়ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে মৃতলোকৰ সংখ্যা। এই ঘটনা সংঘটিত হৈছে মধ্য আমেৰিকাৰ দেশ গুৱেটামালাত। এই শোকাবহ পথ দুৰ্ঘটনাই এতিয়া সমগ্ৰ দেশখনত শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation আপোনাৰ ছালখন উজ্জ্বল আৰু ধুনীয়া হোৱাটো বিচাৰে নেকি এই ভেলেণ্টাইন দিৱসত ট্ৰেণ্ডিং চুলিৰ ৰং