উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷ ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷ Share this:FacebookX Related Post navigation মহানগৰীত ভয়ংকৰ ঘটনা ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰা: কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ সহযোগিতামূলক সফলতা