বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ নতুন অভিলেখ। ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিণত হ’ল ইলন মাস্কৰ। ২০২১ চনৰ পাছত প্ৰথমবাৰৰ বাবে ৪০০ বিলিয়ন ডলাৰ সম্পত্তি আহৰণ কৰিলে ইলন মাস্কে। ট্ৰাম্পৰ জয়ৰ পিছত ৭১% বৃদ্ধি পালে ইলন মাস্কৰ সম্পত্তি। Share this:FacebookX Related Post navigation নিছানে জ্যেষ্ঠ ব্যৱস্থাপনা নিযুক্তি ঘোষণা কৰিছে ৰেল বিভাগৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ