হাজোৰ ভৈল্লাবড়ীত নিশা আৰক্ষীৰ গুলীচালনা । ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক গুলীচালনা আৰক্ষীৰ। নিতামণি দাসৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰাহুল। ঘটনাস্থলী পৰিদৰ্শনৰ বাবে যাওতেই পলাবলৈ চেষ্টা কৰিছিল ৰাহুল। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা আৰক্ষীৰ। ৰাহুল আক্ৰমণত আহত এগৰাকী আৰক্ষী কনিষ্টবল। সম্প্ৰতি GMCHত চিকিৎসাধীন গুলীবিদ্ধ ৰাহুল হুছেইন। Share this:FacebookX Related Post navigation ডি’ডেকোৰে দেশজুৰি খুচুৰা বিক্ৰীৰ নতুন ব্ৰেণ্ড সংসাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে মণিপুৰত বৃহৎ প্ৰতিবাদ