আজি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুয়ে ভাৰতৰ মাটিত উত্তোলন কৰিছিল ত্ৰিৰংগা।১৯৪৩ চনৰ ২৯ ডিচেম্বৰত নেতাজী সুভাষ চন্দ্ৰ বসুয়ে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰত উপস্থিত হৈছিল। ৩ দিনিয়ী যাত্ৰাৰ বাবে আন্দমানত উপস্থিতি হোৱা নেতাজীয়ে ৩০ ডিচেম্বৰত জিমখানা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পতাকা উৰুৱাইছিল। এই ঘটনাৰ আজি ৮১ বছৰ হ’ল। Share this:FacebookX Related Post navigation পুনৰ বাঘৰ আতংক মহানগৰীত ছুনামি সদৃশ পৰিস্থিতি