মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। ভাণ্ডাৰাৰ সমীপৱৰ্তী এটা অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ৬জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ৫জন শ্ৰমিকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। জীৱন- মৃত্যুৰ সৈতে যুঁজি আছে কাৰাখাটোৰ এই ৫ শ্ৰমিকে।আৰক্ষী- প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান চলাই থকা হৈছে। ইফালে বিস্ফোৰণত আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। Share this:FacebookX Related Post navigation আইফোনত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ আপডেট ঘোষণা ট্ৰুকলাৰৰ ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জন জীৱন