প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ ।জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰাৰ লগতে ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ আবেদন জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ । Share this:FacebookX Related Post navigation জে.এন.ইউত মোদী-শ্বাহ বিৰোধী শ্ল’গান, দেশদ্ৰোহী শক্তি মোহাৰি পেলোৱাৰ হুংকাৰ দেৱেন্দ্ৰ ফাড়নৱীছৰ ক্ষমতাৰ বাবে একত্ৰিত হ’ল বিজেপি-এআইএমআইএম, মহাৰাষ্ট্ৰত দুই প্ৰতিদ্বন্দ্বীৰ মিত্ৰতা