তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম হয় বিজয় দাসে। এইগৰাকী তামুলপুৰৰ প্ৰতিভাৱান যুৱকে সৰুৰে পৰাই পঢ়া শুনাৰ লগতে তাঁতশালত কাম কৰিবলৈ শিকিছিল। Share this:FacebookX Related Post navigation আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে