ফাষ্টট্ৰেক আদালতত প্ৰাণৰশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো দিন।আদালতত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ লন শইকিয়া ।‘কেচটোত যাতে কোনো বিসংগতি নাথাকে সেয়া আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছো’।‘প্ৰয়োজনত আদালতত যুক্তি দৰ্শাবলৈ মই সাজু’‘সমগ্ৰ গোচৰটো অতি গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে’ ।‘ছিংগাপুৰৰ আদালতৰ ৰায়দানে অসমৰ গোচৰত প্ৰভাৱ নেপেলায়’ ।‘ছিংগাপুৰ কৰ’নাৰ্ছত চলা গোচৰ আৰু অসমত চলা গোচৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক’। Share this:FacebookX Related Post navigation ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃদ্ধি পালে টোল টেক্স পুনৰ জনতাক মাধমাৰ