কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।ইফালে ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে বিমান, ৰে’লৰ লগতে ফেৰী চলাচল। Share this:FacebookX Related Post navigation পুনৰ চলিব উচ্ছেদ অভিযান ১৮ টকাৰ চিগাৰেট নতুন দাম হ’ব ৭২ টকাঃ ধঁপাতৰ বিক্ৰী হ্ৰাস কৰিবলৈ নতুন আইনৰ প্ৰস্তুতি কেন্দ্ৰৰ