জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ । শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ৰাজপথত সাগৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হয় ।গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে জাৰী কৰা হৈছে ৰেড এলাৰ্ট ।প্ৰাপ্ত তথ্য মতে গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *