নিৰৱচ্ছিন্ন ক্ৰিকেট খেল উপভোগ(ষ্ট্ৰীমিঙ)ৰ বাবে পৰ্যাপ্ত আৰু দ্ৰুত ইণ্টাৰনেট ডাটাৰ প্ৰয়োজন, কিয়নো ক্ৰিকেট অনুৰাগীসকলে টি-২০ লীগৰ আকৰ্ষণীয় ক্ষণৰ সাক্ষী হ’বলৈ সাজু হৈছে। ভি প্ৰিপেইড গ্ৰাহকসকলে আইপিএলৰ প্ৰতিটো মুহূৰ্ত অতুলনীয় ডাটা অভিজ্ঞতা আৰু জিঅ’ হটষ্টাৰৰ কেইবাটাও বিনামূলীয়া চাবস্ক্ৰিপশ্বনৰ সৈতে উপভোগ কৰিব পাৰে। ভি-ৰ গ্ৰাহকসকলে নিৰৱচ্ছিন্ন, নিৰৱচ্ছিন্ন ক্ৰিকেট খেল উপভোগৰ বাবে একাধিক পেকৰ পৰা নিৰ্বাচন কৰিব পাৰে। এই ছিজনৰ বাবে বিশেষকৈ ভি-এ মুকলি কৰিছে ৩টা নতুন ৰিচাৰ্জ পেক, যিয়ে অতিশয় লাভালাভ আৰু সুবিধা প্ৰদান কৰে: ১) ১০১ টকাৰ ৰিচাৰ্জত ৫জিবি ডাটাৰ সৈতে ৩ মাহৰ জিঅ’ হটষ্টাৰ (মোবাইল) চাবস্ক্ৰিপচন প্ৰদান কৰে। ২) ৩৯৯ টকাৰ ৰিচাৰ্জত আনলিমিটেড কল + নিশা ১২ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আনলিমিটেড ডাটা + অতিৰিক্ত ২ জিবি দৈনিক ডাটা আৰু জিঅ’ হটষ্টাৰ মোবাইল চাবস্ক্ৰিপচন প্ৰদান কৰে, ২৮ দিনৰ বাবে বৈধতা থাকিব। ৩) ২৩৯ টকাৰ ৰিচাৰ্জত আনলিমিটেড কল + ২জিবি ডাটা আৰু জিঅ’ হটষ্টাৰ মোবাইল চাবস্ক্ৰিপচন প্ৰদান কৰে, ২৮ দিনৰ বাবে বৈধতা থাকিব। সকলো ৰিচাৰ্জ পেকে জিঅ’ হটষ্টাৰৰ কেৱল মোবাইল চাবস্ক্ৰিপচন প্ৰদান কৰে। আজিয়েই Vi App বা www.MyVi.inৰ জৰিয়তে ৰিচাৰ্জ কৰক আৰু ক্ৰিকেট খেলৰ এক মুহূৰ্ত কেতিয়াও নেহেৰুৱাকৈ উপভোগ কৰক! Share this:FacebookX Related Post navigation গোদ্ৰেজ জাৰ্চিয়ে ৩x৩ ৰণনীতিৰ সৈতে আক্ৰমণাত্মক বিকাশৰ ওপৰত দৃষ্টি ৰাখিছে, মুখ্য শ্ৰেণী আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিছে ড্ৰাগছৰ বিৰুদ্ধে সদা সষ্টম হৈ আছে আৰক্ষী