বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হল ভয়ংকৰ ঘটনা। ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত ৫জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। এই ঘটনা সংঘটিত হৈছে অমৃতসৰৰ মাজিঠা অঞ্চলত।আৰক্ষীয়ে সদৰি কৰা অনুসৰি এই সন্দৰ্ভত মাজিঠা থানাত গোচৰ ৰুজু কৰা হৈছে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ দলে সুৰাৰ উৎসৰ সন্ধানতো কৰিছে তদন্ত । সোমবাৰে পুৱাই এই লোকসকলৰ মৃত্যু হৈছিল। অৱশ্যে পলমকৈহে আৰক্ষীয়ে লাভ কৰিছিল তথ্য। Share this:FacebookX Related Post navigation কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে কানাৰা ৰোবেকো মাল্টি এছেট এলকেচন ফাণ্ড মুকলি কৰিছে তৰমুজৰ উপকাৰীতাৰ বিষয়ে জানেনে