বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ। Share this:FacebookX Related Post navigation জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ এক ব্যতিক্ৰমী ভেলা ঘৰ