USTM ৰ আচাৰ্য মহবুবুল হকে লাভ কৰিলে জামিন। কিছুদিন পূৰ্বে দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক। পৰীক্ষাত অসৎ পন্থ অৱলম্বন কৰাৰ অভিযোগ হকৰ বিৰুদ্ধে।জানিব পৰা মতে, মহবুবুল হকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দুটাকৈ গোচৰ তৰি জিম্মাত লৈছিল আৰু পৰৱৰ্তী সময়ত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। এসপ্তাহৰো অধিক দিন কাৰাগাৰত থকাৰ পাছত সোমবাৰে জামিন লাভ কৰে আচাৰ্যগৰাকীয়ে। Share this:FacebookX Related Post navigation উপ-ৰাষ্ট্ৰপতি ধনখৰে ভাৰতৰ বিকাশৰ বাবে বিশেষ শিক্ষানুষ্ঠান সমূহত কৰ্পোৰেট বিনিয়োগ বিচাৰিছে নতুন নিছান মেগনাইট ৫০,০০০ একক ৰপ্তানি বিক্ৰী মাইলৰ খুঁটি প্ৰাপ্ত কৰিছে