গুৱাহাটী বাসীৰ বাবে সুখবৰ। নৱেম্বত মুকলি হ’ব গুৱাহাটী গেটৱে টাৰ্মিনেল  আৰু  ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা এই প্ৰকল্প পৰিদৰ্শন কৰি মুকলিৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত ঘোষণা কৰিছে ৭ নৱেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটী গেটৱে টাৰ্মিনেল, অত্যাধুনিক নদী টাৰ্মিনেল আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *